56
মৰিয়নী:শনিবাৰে দিনৰ ১০:০০ মান বজাত মৰিয়নী জংচনত ৰেল আৰক্ষীয়ে দুজনী কণমানি উদ্ধাৰ কৰে৷জানিব পৰা মতে কণমানি দুজনীৰ ঘৰ শিৱসাগৰ জিলাৰ হেতাপাৰাত৷
ছোৱালী দুজনী ক্ৰমে তুলসী দাস (১১) পিতা সমীৰ দাস, লক্ষী তাঁতী (১৩) পিতা প্ৰদিপ কূন্দা৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.