Home ৰাজ্যওদালগুৰিত শ্বহীদৰ আৱক্ষ মূৰ্তিত আক্ৰমণ, ক্ষুব্ধ আগছু

ওদালগুৰিত শ্বহীদৰ আৱক্ষ মূৰ্তিত আক্ৰমণ, ক্ষুব্ধ আগছু

by News Desk
48 views
A+A-
Reset

ওদালগুৰিঃ ওদালগুৰিৰ খাউৰাঙত যোৱা ৪ জুলাইত ৰাষ্ট্ৰীয় শ্বহীদ মেজৰ দুৰ্গা মল্লৰ আৱক্ষ মূৰ্তি ক্ষতিৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছত আজি আগছুৰ কেন্দ্ৰীয় সমিতিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

আগছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্ৰীৰ নেতৃত্বত অহা সজাতি দলটোৱে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত দোষীক বিচাৰি শাস্তি প্ৰদানৰ দাবী জনায়। অন্যথা ১০ জুলাইত পুৱা ৫বজাৰ পৰা ১২ঘণ্টীয়া ওদালগুৰি জিলা বন্ধৰ আহ্বান জনাব বুলি সদৰী কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0