60
ডিজিটেল ডেস্কঃ মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলােৱাৰ পিছত তৃতীয়টো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হৈছে দেশত৷
#Correction West Bengal: Bharatiya Jana Sangh founder Syama Prasad Mukherjee's bust was vandalized in Kolkata's Kalighat pic.twitter.com/BENhueIgiK