নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল, এপিচিচিত অব্যাহত অৰিয়াঅৰি

Home ৰাজনীতিনিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল, এপিচিচিত অব্যাহত অৰিয়াঅৰি

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল, এপিচিচিত অব্যাহত অৰিয়াঅৰি

by News Desk
75 views
A+A-
Reset

গুৱাহাটীঃ প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিত বিধ্বস্ত কংগ্ৰেছ দলৰ অৰাজক অৱস্থাৰ বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছিল newsnextone.comত। লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত গ্ৰহণ কৰে বিশেষ ত९পৰতা। কিন্তু এই ত९পৰতাই কাৰ্যনিৰ্বাহক গঠনক এতিয়ালৈ বাস্তৱ ৰূপ দিবলৈ সমৰ্থ হোৱা নাই।

বৰ্তমানো ফাইলতে আৱদ্ধ হৈ আছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা পঠোৱা কাৰ্যনিৰ্বাহকৰ তালিকা । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শৈলেন বৰাই newsnextone.comক জনোৱা অনুসৰি সমাগত পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ পাছতে নিশ্চিত হ’ব কাৰ্যনিৰ্বাহক সমিতি গঠনৰ প্ৰক্ৰিয়া।যিহেতু দুয়োখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উপাধ্যক্ষ ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকিব লগা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0