জনজাতিকৰণঃ তীব্ৰ আন্দোলনৰ হুংকাৰ মটক যুৱ-ছাত্ৰৰ

Home ৰাজ্যজনজাতিকৰণঃ তীব্ৰ আন্দোলনৰ হুংকাৰ মটক যুৱ-ছাত্ৰৰ

জনজাতিকৰণঃ তীব্ৰ আন্দোলনৰ হুংকাৰ মটক যুৱ-ছাত্ৰৰ

by News Desk
58 views
A+A-
Reset

 চাবুৱাঃ  অহা ৩০ জুনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ আৰ্হিৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে অহা পহিলা জুলাইৰ পৰা এলানি দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে  সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে৷ মূলতঃ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ নেতৃবৰ্গৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কেইবালানি আলোচনা কৰাৰ পাছতো জনজাতিকৰণৰ সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট ছবি দাঙি ধৰিব নোৱাৰিলে ।

সেয়েহে ৩০ জুনৰ পূৰ্বে যদি ম’ডেলিটিৰ প্ৰতিবেদন ৰাজহুৱা নকৰে তেন্তে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে জনজাতিকৰণৰ দাবীত ১ জুলাইত পুত্তলিকা দাহ কাৰ্যসূচীৰে  আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰি জুলাই মাহৰ প্ৰথমটো সপ্তাহ প্ৰতাৰণা দিৱস হিচাবে পালন কৰিব৷ তদুপৰি ১০ জুলাইত প্ৰতি জিলা সদৰত অৱস্থান ধৰ্মঘট , ১৭ জুলাইত ৰেল অৱৰোধ তথা অন্যান্য কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সন্মিলনে প্ৰকাশ কৰিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0