Home ৰাজ্যশিমলাগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি বাইক, ১ আটক

শিমলাগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি বাইক, ১ আটক

by News Desk
A+A-
Reset
sur

বৰপেটাৰোডঃ নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডৰ সমীপৰ শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে এখন চুৰি বাইকসহ  এটা  চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য মতে ২০১৫ চনতে গোৱালপাৰা চহৰৰ ভলুকাডুবি  সাপ্তাহিক বজাৰৰ পৰা বিদ্যুৎ চন্দ্ৰ দাসৰ চুৰি হোৱা AS-18 B-1861 নম্বৰ কলা বৰণৰ  হিৰ হোণ্ডা গ্লেমাৰ বাইক খন শিমলাগুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ  পমখেদি ৩১নং ৰাষ্ট্ৰীয়   ঘাই পথৰ দহমাইল অঞ্চলৰ পৰা কালি বিয়লি প্ৰায় ৫ মান বজাত হাউলীৰ কদম গুৰি গাঁওৰ  আব্দুল গফুৰৰ পুত্ৰ ছহিদুল ইচলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0