52
লখিমপুৰঃ আজি কাহিলি পুৱাতে অহা বা-মাৰলিয়ে মিলননগৰ-চেতিয়া গাঁৱৰ প্ৰায় ১০ টা বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে।
ধুমুহাত ঘৰৰ ইটা-টিনপাত পৰি হৰেণ গগৈ আৰু লম্বোদৰ টাইদ নামৰ চেতিয়া গাঁৱৰ দুজন ব্যক্তি গুৰুতৰ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আন কেঁবাজনৰো কথমপি প্ৰাণৰক্ষা পৰে।