84
পাঞ্জাবাৰীঃ এবুকু দুখত এতিয়া নজহা দিন নপমা ৰাতি আমছাঙৰ খিলঞ্জীয়াৰ৷ ৰাজনৈতিক দলৰ ভোট বেংক হিচাপে ব্যৱহাৰ হৈ অহা আমছাঙৰ বুকুত চলিল উচ্ছেদ৷
গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ২৭/২০১৩ গোচৰৰ চুড়ান্ত ৰায়ৰ পিছতেই যোৱা ২৫ আগষ্টত অসম চৰকাৰৰ বন বিভাগে অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, এছ ডি আৰ এফৰ বৃহৎ দলৰ সহযোগত এদিনতে ২৮৩ টা পৰিয়ালক উচ্ছেদ কৰে।তাৰ পাছতেই এতিয়া গৃহহীন আৰু ভূমিহীন হৈ আমছাঙৰ খিলঞ্জীয়াই আশ্ৰয় লব লগা হৈছে পথৰ দাঁতিত কিম্বা গছৰ তলত৷