Home দেশসপ্তম শ্ৰেণীৰ ছাত্ৰই সহপাঠীক কৰিলে ব্লেডেৰে আক্ৰমণ

সপ্তম শ্ৰেণীৰ ছাত্ৰই সহপাঠীক কৰিলে ব্লেডেৰে আক্ৰমণ

by News Desk
72 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত এগৰাকী ছাত্ৰক সহপাঠীয়ে ব্লেডেৰে আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ দিল্লীৰ বদৰপুৰৰ এখন কেন্দ্ৰীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক একে শ্ৰেণীৰ সহপাঠীয়ে ব্লেডেৰে আক্ৰমণ কৰে৷ 

বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বেঞ্চত বহাক লৈ প্ৰথমে ছাত্ৰজনৰ সহপাঠীৰ সৈতে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়৷ পূৰ্বে তৰ্ক বিতৰ্কৰ মাজতে ছাত্ৰগৰাকীক সহপাঠীয়ে ব্লেডেৰে আক্ৰমণ কৰাৰ ধমকি দিছিল৷ ছাত্ৰগৰাকীয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষক এই বিষয়ে কোনো অভিযোগ দিয়া নাছিল৷ শুকুৰবাৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সময়ছোৱাত ছাত্ৰজনে শৌচালয়লৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0