84
ওৰাংঃ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থকা সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনৰ মৃত্যু হোৱাত মাজবাটতৰ ওৰাঙত শোকৰ ছাঁ পৰে৷
মাজবাটত থানাৰ অন্তৰ্গত তথা ওৰাঙৰ নিকটৱৰ্তী শিলংখুটি গাঁৱৰ নিবাসী ইন্দ্ৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ বিক্ৰম ছেত্ৰীয়ে স্কুলৰ পৰা ঘৰ অভিমুখে আহি থাকোতে ৰাজপথত ঢলি পৰি মৃত্যু হয়৷