80
নলবাৰীঃ কলেজৰ চিচিটিভিত প্ৰেমিক-প্ৰেমিকাৰ অনৈতিক কাৰ্য আৱদ্ধ হোৱা বুলি প্ৰচাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীত৷ বুধবাৰে জিলাখনৰ বৰভাগ কলেজৰ এহাল ছাত্ৰ-ছাত্ৰী অশ্লীল কাৰ্যত লিপ্ত থকাৰ দৃশ্য চিচিটিভিত আবদ্ধ হোৱাৰ তথ্য কলেজ কৰ্তৃপক্ষৰ হাতত পৰা বুলি জানিব পৰা গৈছে৷
CLICK ► Blue Whale গেম খেলাৰ মন… ইয়াত Click কৰক!