Home ৰাজ্যকহুৱা দত্তক বিপুল সম্বৰ্ধনা

কহুৱা দত্তক বিপুল সম্বৰ্ধনা

by News Desk
A+A-
Reset
df36bc06-3add-4dc0-850a-ae8865cab7a9

নলবাৰীঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত নলবাৰী জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃতী ছাত্ৰী কহুৱা দত্তক কাব্যালোচনী  গজালিৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, নলবাৰী জিলাৰ ফৰোৱাৰ্ড নিবাসী অসমৰ বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ একমাত্ৰ কন্যা কহুৱাই মাত্ৰ ১ নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷

কহুৱাই নলবাৰী শংকৰদেৱ একাডেমীৰপৰা অসমীয়াত ৯৫, অৰ্থ বিজ্ঞানত ৯১, শিক্ষাত ৯৩, তৰ্ক বিজ্ঞানত ৯৭, ৰাজনীতি বিজ্ঞানত ৮৪ আৰু ইংৰাজীত ৮৭, লাভ কৰি সৰ্বমুঠ ৪৬৩ নম্বৰৰে সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0