62
লখিমপুৰঃ সমনীয়াৰ লগত হোৱা বিবাদত প্ৰাণ গ’ল এজন ছাত্ৰৰ৷ ২৭ আগষ্টৰ নিশা লখিমপুৰ বানিজ্য মহাবিদ্যালয়ৰ এদল ছাত্ৰৰ মাজত সংঘটিত হৈছিল বিবাদ৷
প্ৰথমতে বিবাদ আৰম্ভ হৈছিল মুখে মুখে৷ তাৰ পাছত হতাহতি৷ আৰু শেষত কেইজনমান উত্তেজিত ছাত্ৰই ইমৰান হুছেইন নামৰ কিশোৰজনৰ পেটত স্ক্ৰু-ড্ৰাইভাৰেৰে আঘাত কৰে৷