49
গোৰেশ্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধিনৰ মহাবিদ্যালয় সমূহত মেজৰ বিষয়ৰ পাঠ্যক্ৰমত ইংৰাজী ভাষা বাধ্যতামুলক কৰাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে বিটিএডিৰ চাৰিখন জিলাত৷
অবড়ো সুৰক্ষা সমিতিয়ে ইতিমধ্যে এই কাৰ্যক মানি লোৱা নহ’ব বুলি সকীয়াই দিয়াৰ লগতে হঠকাৰি সিন্ধান্তক গৰিহণা দিয়ে৷