56
গুৱাহাটী/চাবুৱাঃ দেশৰ সম্পদ ক্ৰমান্বয়ে পুঁজিপতিৰ হাতলৈ যোৱাৰ লগতে ৰেল ষ্টেছনৰ পৰা আৰম্ভ কৰি দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগ-বিদ্যালয় এতিয়া পুঁজিপতিক গতাবলৈ সাজু বুলি দেশৰ চৰকাৰ সমূহ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে৷
দেশৰ লোকে দি অহা কৰৰ টকা এতিয়া পুঁজিপতিয়ে নিজ বেংকৰ ভৰাই লৈ বিদেশলৈ পলায়ন কৰিব ধৰিছে৷ কিন্তু সাধাৰণ লোকে এসাজ ভাত, সন্তানৰ শিক্ষাৰ বাবে আৰ্তনাদ কৰিব লগা হৈছে৷