Home ৰাজ্যদৰমহাৰ টকাৰে নুকুলাই, দৰিদ্ৰ ঘৰৰ ছাত্ৰৰ পৰা ১,১৪,১২০ টকা সংগ্ৰহ কৰিলে শিক্ষকে

দৰমহাৰ টকাৰে নুকুলাই, দৰিদ্ৰ ঘৰৰ ছাত্ৰৰ পৰা ১,১৪,১২০ টকা সংগ্ৰহ কৰিলে শিক্ষকে

by News Desk
53 views
A+A-
Reset

চাবুৱাঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগক সংস্কাৰ কৰাৰ লক্ষ্যৰে ন’ ন’ আঁচনি ৰূপায়ণ কৰে যদিও একাংশ বিষয়া, কৰ্মচাৰীৰ বাবে শিক্ষা বিভাগৰ সংস্কাৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ শিক্ষা বিভাগৰ উন্নয়ণৰ কথা কৈ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছে যদিও ডিব্ৰুগড় জিলাৰ চাবুৱাত ৮ ফেব্ৰুৱাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযান চলাই পোহৰলৈ আনিছিল শিক্ষকৰ অনিয়ম। চাবুৱাত চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আনিছিল সংগঠনটোৱে।

গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ চেষ্টা কৰিছিল শিক্ষা বিভাগে। ইয়াৰ পৰিবৰ্তে শিক্ষা বিভাগৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এফালে শিক্ষামন্ত্ৰীৰ সংস্কাৰ সাধন কৰাৰ চমক আনফালে আনফালে একাংশ বিদ্যালয়ৰ শিক্ষকৰ অনিয়ম৷ বিদ্যালয়তো নিজৰ ক্ষমতাৰ বলত দালালগিৰি চলাবলৈ লোৱা এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত লাহে লাহে ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0