Home দেশকৃষকে আত্মহত্যাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক দোষাৰোপ কৰি লিখি থৈ গ’ল নোট

কৃষকে আত্মহত্যাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক দোষাৰোপ কৰি লিখি থৈ গ’ল নোট

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এগৰাকী কৃষকে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা নোটত তেওঁৰ মৃত্যুৰ বাবে প্ৰধানমন্ত্ৰী মোডীক দোষী বুলি কয়৷ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ ভূল নীতিৰ বাবে আত্মহত্যা কৰা বুলি ঋণগ্ৰস্ত কৃষকগৰাকীয়ে নোট লিখি থৈ যায়৷ মহাৰাষ্ট্ৰৰ ইয়াবতমল জিলাত ৰাজুৱাৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা৷

আৰক্ষীয়ে মৃতদেহৰ সৈতে এটি নোট উদ্ধাৰ কৰে৷ মঙলবাৰে প্ৰথমে চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা কৰে যদিও বিফল হৈ বিষ পান কৰে কৃষকগৰাকীয়ে৷ চিকিৎসালয়ত নিয়ে যদিও মৃত্যুক আকোৱালি লয়৷ তাৰ পিছতে মৃতদেহ চিকিৎসালয়ৰ পৰা চমজি লোৱা নাছিল পৰিয়ালে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0