Home ৰাজ্যকামপুৰ চেনীকল পুনৰ কাৰ্যক্ষম কৰাৰ দাবী

কামপুৰ চেনীকল পুনৰ কাৰ্যক্ষম কৰাৰ দাবী

by News Desk
55 views
A+A-
Reset

বাহাকাবাৰীঃ নগাঁও জিলাৰ গৌৰৱ স্বৰূপ কামপুৰ চেনীকল ২০০২ চনৰ পৰা আজিলৈকে বন্ধ হৈ আছে৷ যন্ত্ৰ-পাতিl মামৰে ধৰাত জহি-খহি যাবলৈ আৰম্ভ কৰিছে চেনীকলটো। এনে পৰিপ্ৰেক্ষিতত কামপুৰৰ বিভিন্ন দল-সংগঠনে চেনীকলটো পুনৰাই কাৰ্যক্ষম কৰাৰ বাবে দাবী জনাই আহিছে৷

২০০২ চনৰ পৰা উৎপাদন বন্ধ হৈ থকাৰ ফলত হাবি-জংঘলে আগুৰি ধৰিছে চেনীকলটো৷ নগাঁও জিলাৰ তথা কামপুৰৰ বিভিন্ন দল-সংগঠনে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক চেনীকলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে উদ্যোগ গ্ৰহণৰ বাবে দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0