63
গহপুৰঃ এগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ পূৰ্বে পিতৃ-মাতৃৰ বাবে লিখি থৈ যোৱা চিঠিয়ে তোলপাৰ লগাইছে গহপুৰত। এগৰাকী প্ৰৱক্তাৰ প্ৰেমৰ জালত পেলাই তেওঁৰ জীৱন ধ্বংস কৰি মেধাৱী ছাত্ৰ জনক আত্মহত্যা কৰিব লগা বুলি উল্লেখ কৰে চিঠিখনত।
