82
তেজপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাক-মুহূৰ্তত অঘটন। তেজপুৰ বায়ুসেনা ঘাটিৰ এখন অত্যাধুনিক ছুখই-৩০ যুঁজাৰু বিমান আকাশত উৰি থকাৰ সময়ত সন্ধানহীন হৈছে।
চীনৰ শত্ৰুতাচৰণে নতুন দিল্লীৰ মূৰৰ কামোৰণি বৃদ্ধি কৰাৰ সময়তে আজি পুৱা নিয়মীয়া অনুশীলনৰ সময়ত দুজন বৈমানিকৰ সৈতে বিমানখন সন্ধানহীন হয়।