51
নগাঁওঃ গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে হাঁহি-ধেমালিৰ মাজেৰে পাৰে কৰে৷ শিশু তথা কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি সোণালী সময়৷
য’ত তেওঁলোকে স্কুলীয়া শিক্ষাক বিদ্যালয়ৰ চাৰিবেৰৰ মাজৰ পৰা মুক্ত হৈ বাহিৰৰ জগতখনৰ সৈতে জড়িত হোৱাৰ সুবিধা পায়৷