59
গুৱাহাটীঃ শেহতীয়াকৈ অসম গণ পৰিষদত যোগদান কৰা জাতীয়তাবাদী নেতা সুনীল ৰাজকোঁৱৰক কেন্দ্ৰীয় নেতৃত্বই গধুৰ দায়িত্বভাৰ প্ৰদান কৰিছে৷
আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অ গ পৰ সভাপতি অতুল বৰাই মঙলবাৰে ৰাজকোঁৱৰক কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে মুখপাত্ৰ পদত নিযুক্তি দিয়ে৷