Home দেশআগ্ৰাৰ বাহিৰৰ লোকে নোৱাৰিব তাজ মহলত নামাজ আদায় কৰিব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

আগ্ৰাৰ বাহিৰৰ লোকে নোৱাৰিব তাজ মহলত নামাজ আদায় কৰিব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

by News Desk
58 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সোমবাৰে তাজ মহলৰ পৰিসৰৰ ভিতৰত আগ্ৰা অনিৱাসী লোকৰ বাবে নামাজ আদায়ত নিষেধাজ্ঞা জাৰি কৰিছে৷ উচ্চতম আদালতে এই নিৰ্দেশ জাৰি কৰি কয় যে, স্মাৰকৰ সংৰক্ষণ সৰ্বপ্ৰথম কৰা উচিত৷ 

উল্লেখ্য যে, ২৪ জানুৱাৰীত জিলা আদালতেও আগ্ৰাৰ বাহিৰৰ লোকে তাজ মহল চৌহদত নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ইয়াৰ পিছতে আবেদনকৰ্তাই জিলা আদালতৰ এই নিৰ্দেশৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0