Home দেশ১৯৫১ নে ১৯৭১? ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

১৯৫১ নে ১৯৭১? ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

by News Desk
A+A-
Reset
base-year

নতুন দিল্লীঃ  সুদীৰ্ঘ অপেক্ষাৰ অন্তত আজি অসমৰ বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত আদালতত চলি থকা দীৰ্ঘদিনীয়া গোচৰৰ শুনানিৰ অন্তত ভাৰতীয় নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাৰ সাংবিধানিক বৈধতাক ন্যায্যতা প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আজি বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ৰ বিপৰীতে ১৯৭১ চনৰ ২৫ মাৰ্চ নিৰ্ধাৰণ কৰে।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। ইয়াৰ লগে লগে বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া ‘কা’ আইন বলৱৎকৰণ অব্যাহত ৰখাৰ ক্ষেত্ৰতো জটিলতা আহি পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0