58
newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক ঝৰখাণ্ডত আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক বিজেপিৰ ভাতৃ সংগঠনে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷
Activist Swami Agnivesh was thrashed, allegedly by BJP Yuva Morcha workers in Jharkhand's Pakur, earlier today. More details awaited. pic.twitter.com/59kqoV9uj4