92
তামুলপুৰঃ তামুলপুৰত জিলা এ বি এমছুৰ টাইছনহুইনৰ সংবাদমেল। সোমবৰে আবেলি চাৰি বজাত তামুলপুৰ প্ৰেছ ক্লাবত তামুলপুৰ জিলা এ বি এমছুই এক সংবাদমেল আয়োজন কৰে।
এ বি এমছুৰ সভাপতি টাইচন হুচেইনে বিদেশী ন্যায়াধীশকৰণ, অসম চৰকাৰ আৰু সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক তীব্ৰ সমলোচনা কৰে। সীমান্ত আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ডৰ বিৰুদ্ধে জাঙোৰখাই উঠিছে তামুলপুৰ জিলা এ বি এমছুই।