Home ৰাজ্যভাৰতীয় বায়ুসেনা বাহিনীক উষ্ম আদৰণি জনাই বিশ্বজিত দৈমাৰী

ভাৰতীয় বায়ুসেনা বাহিনীক উষ্ম আদৰণি জনাই বিশ্বজিত দৈমাৰী

by News Desk
A+A-
Reset
ccf13917-dbcb-4951-9528-43c42ded108f

তামুলপুৰঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ দ্বাৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমন কৰা ঘটনাক উষ্মা আদৰণি জনাইছে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে৷ আনহাতে, দৈমাৰীয়ে সদায় শত্ৰুপক্ষৰ সতে যুঁজ দিয়াৰ বাবে ভাৰতীয় সেনা বাহিনীক সাহস দি কয় যে আমি ভাৰতৰ সকলো জনসাধাৰণ ভাৰতীয় সেনা বাহিনীৰ লগত আছো৷ আজি তামুলপুৰৰ কলবাৰীত বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ সাংসদ গৰাকীয়ে এনেদৰে কয়৷ 

আজি ৰাতিপুৱাৰ ভাগতে অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত হৈ শ্বহীদৰ পৰিয়ালটোক গভীৰ সমবেদনা জনায়৷ ইপিনে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধ অহা ৩ মাৰ্চ ৰবিবাৰে ৰাজহুৱাভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক আয়োজন চলিছে৷ আদ্যশ্ৰাদ্ধ আয়োজন সমিতিৰ হৈ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকক কয় য়ে বীৰ শ্বহীদ মনেশ্বৰ বসমতাৰীৰ শোকসন্তপ্ত পৰিয়ালক এখন্তেক আহি যি সকল ৰাজনৈতিক-অৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দল সংগঠন সংবাদ প্ৰতিষ্ঠান, প্ৰশাসনৰ আমোলা বিষয়া শোকৰ সমভাগী হৈছে সেই সকলক পৰিয়াল তথা আদ্যশ্ৰাদ্ধ আদৰণি সমিতি তৰফৰপৰা শ্ৰদ্ধা জ্ঞাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0