56
newsnextone.com | তামুলপুৰঃ দেওবাৰে দিন দুপৰতে তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বজাৰৰ পৰা এখন পালচাৰ বাইক চুৰি হোৱা ঘটনাই গোটেই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, বাহবাৰী গাঁৱৰ জনৈক জামালুদ্দিন আহমেদ নামৰ লোকজনে তেওঁৰ এএছ-১৪এইচ-৫৪৩৫ নম্বৰৰ ২২০ পালচাৰ বাইকখন ষ্টেণ্ডত ৰাখি কুমাৰীকাটা বজাৰত বজাৰ কৰিবলৈ যায়। কিন্তু বজাৰ কৰি আহি দেখে যে বাইকখন থোৱা ঠাইত নাই।