44
তামুলপুৰঃ বাক্সাৰ অভয়পুৰত নৃশংস হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ। বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকী অধীনস্থ অভয়পুৰত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড।
ভণ্ড স্বামী ধনঞ্চয় মণ্ডলে (৩৫) যোৱা ৰাতি সুৰাৰ ৰাগীত মতলীয়া হৈ দীপালী মণ্ডল (৩২) নামৰ নিজৰ পত্নীক খুকুৰীৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰি পলায়ন কৰে।