70
অভিজিৎ তালুকদাৰ, তামুলপুৰঃ বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ২নং বগৰিখুটি গাঁৱৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ।
৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া চৌদিশে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ঠিক সেই সময়তে বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ ২ নং বগৰীখুটি গাঁৱৰ ৰাইজৰ ভোট বর্জনৰ সিদ্ধান্তই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।