Home ৰাজ্যতামুলপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

তামুলপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

by News Desk
A+A-
Reset
bd011c56-2455-4f43-a8dd-d276ce03ae51

তামুলপুৰঃ তামুলপুৰৰ বিভিন্ন  ঠাইত এতিয়াও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ চেঁচাপানী, দৰঙাপাৰ, আঙাৰকাটাত বন্য হস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান, পথাৰৰভ পকা ধান খাই তহিলং কৰে৷

বন্যহস্তীৰ তাণ্ডৱত সম্পূৰ্ণ গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল৷ আনকি কাপোৰ কানি, চাউল-দাইলো নষ্ট কৰে হাতীৰ জাকটোৱে। ফলস্বৰূপে অনাহাৰে অনিদ্ৰাই থাকিব লগা হৈছে ক্ষতিগ্ৰস্ত লোকসকল ৷ হাতীৰ  আক্ৰমণৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো শিশু-মহিলাসহ অসুস্থ লোকৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0