79
অভিজিৎ তালুকদাৰ, তামুলপুৰঃ বাক্সা জিলা তামুলপুৰৰ মহকুমাৰ ভূটান সীমান্তৰ গয়বাৰী নিশা বন্যহস্তীৰ উপদ্ৰৱ৷ নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ ভূটান সীমান্তৰ গয়বাৰীত এটা বন্য হস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান খায় তহিলং কৰে৷
