88
তামুলপুৰ:এন ই গ্ৰিন এবাকাচ তামুলপুৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সাতদিনীয়া হাতৰ আখৰৰ কৰ্মনালাৰ আজি সামৰণি পৰে।
সামৰণি উপলক্ষ্যৰ আজি আবেলি অনুষ্ঠিত হোৱা প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকি শিক্ষক তথা অভিভাৱক মহেশ বৈশ্যই কয় ভাল হাতৰ আখৰে এজন ব্যক্তিৰ পৰিচয় বহন কৰে। হাতৰ আখৰৰ কৰ্মশালা তামুলপুৰত আৰু হওঁক ৷