70
তামুলপুৰঃ বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বতিয়মাৰীত আজি পুৱা বন বিভাগে এছ এছ বিৰ সহযোগত অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে মিল আৰু বহু পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
