64
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ কালাকুছিত এটা বনৰীয়া মেঠোনে সন্ত্ৰাস চলাই ৰাইজক ভীতিগ্ৰস্ত কৰি তোলে।
শনিবাৰে হঠাৎ কালাকুছিৰ পথাৰত ৰাইজে মেঠোনটো প্ৰত্যক্ষ কৰে। এই খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে শ শ ৰাইজ আহি মেঠোনটো চাবলৈ উপস্থিত হয়।