95
তামুলপুৰঃ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ ছহিদ হোৱাৰ এঘাৰ দিনৰ অন্তত বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে দশকৰ্ম অৰ্থাৎ দহা কৰ্ম সামাজিকভাৱে অনুষ্ঠিত কৰা হয়।
ছহিদগৰাকীৰ কলবাৰীৰ বাসগৃহত পৰিয়ালৰ লোকে ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰাৰ লগতে একমাত্ৰ পুত্ৰ ধনঞ্জয় বসুমতাৰীয়ে পিতৃৰ সমস্ত কৰ্ম পালন কৰে।