51
তামুলপুৰঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ দেওবাৰে ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণ বড়ো জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতিৰে পুৱাৰেপৰা আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.