তামুলপুৰঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ তামুলপুৰ মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
শিক্ষকসকলে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, ফেষ্টুন লৈ কলবাৰী প্ৰাথমিক বিদ্যালয়ৰপৰা এক দীঘলীয়া সমদলেৰে তামুলপুৰ মহকুমা প্ৰশাসন কাৰ্যালয়লৈ আহি মহকুমা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰিকাত উল্লেখ কৰা দাবীসমূহৰ ভিতৰতঃ