Home ৰাজ্যতামুলপুৰৰ সমাজকৰ্মী আচিনা বসুমতাৰীৰ স্মৃতিচাৰণ সভা

তামুলপুৰৰ সমাজকৰ্মী আচিনা বসুমতাৰীৰ স্মৃতিচাৰণ সভা

by News Desk
A+A-
Reset
IMG-20180819-WA0033

তামুলপুৰ: তামুলপুৰ মহকুমাৰ বিশিষ্ট সমাজকৰ্মী আচিনা বসুমতাৰীৰ আদ্ৰশ্ৰাদ্ধ উপলক্ষ্যে দেওবাৰে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ ৰাতিপুৱা দহ বজাত নিজ বাসভৱন প্ৰাংগনত তামুলপুৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মথুৰা বসুমতাৰীৰ পৰিচালনাত সভা অনুষ্ঠিত হয়৷

সভাৰ আৰম্ভণিতে বিশিষ্ট সমাজকৰ্মী গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে সমাজকৰ্মী গৰাকীৰ বাসভৱন চৌহদত এটি স্মৃতি সৌধ আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে৷ পিছত বিশিষ্ট সমাজকৰ্মী গৰাকীৰ সোঁৱৰনত প্ৰকাশ কৰি উলিওৱা “শ্ৰদ্ধাঞ্জলি গ্ৰন্থ” এখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সমাজকৰ্মী গৰাকীৰ সতীৰ্থ বন্ধু অৱসৰ প্ৰাপ্ত শিক্ষক সোনেশ্বৰ বড়োৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0