54
ডিজিটেল ডেস্ক |তামুলপুৰঃ আজি সন্ধিয়া তামুলপুৰ মহকুমাৰ অন্তৰ্গত চিকনীবাৰীত ৰঙিয়া-ভূটান পথৰ ওপৰত অৱস্থিত ঘগা দলঙৰ ওপৰত সংঘটিত পথ দূৰ্ঘটনাত চিকনীবাৰীৰ হাছেন আলী(২৭) থিতাতে নিহত হোৱাৰ লগতে চিকনীবাৰীৰ ফইজুল আলী(২২) গুৰুতৰ ভাৱে আহত হয়।
