Home ৰাজ্যতামুলপুৰত ভঙা কালভাৰ্টত আঘাতপ্ৰাপ্ত হৈ এজন যুৱক নিহত

তামুলপুৰত ভঙা কালভাৰ্টত আঘাতপ্ৰাপ্ত হৈ এজন যুৱক নিহত

by News Desk
A+A-
Reset
fc38e5a0-0e14-4a05-a9bb-2ef71045e077

তামপুৰঃ তামুলপুৰৰ সিদ্ধিনাথপুৰত নিশা শোকাৱহ দূৰ্ঘটনা৷ ভঙা কালভাৰ্তৰ পৰা পৰি সুজিত ভৌমিক(২৭) নামৰ এজন যুৱকৰ মৃত্যু হয়৷ নিশা আলহীৰ ঘৰলৈ গৈ থাকোতে পথত থকা ভঙা কালভাৰ্তৰ তলত বাইক (AS 01 AM 8891) সহ পৰি যোৱাত ঠাইতে নিহত হয় যুৱক জন৷

জানিব পৰা মতে, তামুলপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত ইক্ৰাবিলৰ সুজিত ভৌমিক নামৰ যুৱকজনে সন্ধিয়া তেওঁৰ ঘৰৰ পৰা পাঁচ কিলমিটাৰ দূৰৰ কুসুমজুলীত থকা তেওৰ মাহীয়েকৰ ঘৰলৈ আহি থাকোতে পথাৰৰ মাজৰ থকা ভঙা কালভাৰ্ট এটাত বাইকসহ পৰি যায়৷ ফলত মুৰত গুৰুতৰ ভাৱে আঘাট পোৱা সুজিতৰ ঠিতাতে মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0