73
তামুলপুৰঃ মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ু সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ লগতে উগ্ৰপন্থীৰ নিয়ন্ত্ৰণকক্ষ বোমাৰে উৰুৱাই প্ৰায় দুই শতাধিকতকৈও অধিক উগ্ৰপন্থী নিহত কৰা কাৰ্যক আদৰণি জনাইছে ছহিদ মনেশ্বৰ বসুমতাৰীৰৰ পৰিয়ালে।
এই অভিযানে ছহিদ পৰিয়াল সমূহক এক মৰ্যদা প্ৰদান কৰিছে বুলি বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰৰ পত্নী চানমুতী বসুমতাৰী, কন্যা দিদমশ্ৰী বসুমতাৰীয়ে জানিবলৈ দিয়ে।