69
তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰনি অনুষ্ঠান শনিবাৰৰপৰা আৰম্ভ হৈছে৷ আজি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতনৰ প্ৰতিষ্ঠাপক কাৰ্যকৰি সভাপতি কবি চন্দ্ৰ বৰ্মনে।
