Home ৰাজ্যতামুলপুৰত আমছুৰ পূব ডেফেলি আঞ্চলিক সমিতি গঠন

তামুলপুৰত আমছুৰ পূব ডেফেলি আঞ্চলিক সমিতি গঠন

by News Desk
A+A-
Reset
tamulpur_aamsu_union

newsnextone.com।তামুলপুৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত তামুলপুৰ মহকুমাৰ ২নং ডোঙাৰ গাঁও মাদ্ৰাছা খেলপথাৰত বিশিষ্ট সমাজ কৰ্মী ছাহাবুদ্দিন আহমেদৰ সভাপতিত্ব পূব ডেফেলি আঞ্চলিক সমিতি গঠনাৰ্থে মঙলবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে বাক্সা জিলা আমছুৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক ছাইফুল ইছলাম খান, সম্পাদক জহেৰ আলী, মুখ্য সাংগঠনিক সম্পাদক হাফিজুৰ ৰহমান,পশ্চিম তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি মামুদ আলী, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ছফিউৰ ৰহমান, ছাদ্দাম হুছেইন, উপদেষ্টা আব্দুল হক, জৱান আলী আদিকে ধৰি বহু কেইজন ছাত্ৰ নেতাৰ উপস্থিতিত ইছলাম চৌধুৰীক সভাপতি, হাকিমুল আজিজক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া এখন পূব ডেফেলি আঞ্চলিক সমিতি গঠন হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0