ফুটুকাৰ ফেন সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা… এ পি এছ...

Home ৰাজ্যফুটুকাৰ ফেন সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা… এ পি এছ চিত হোৱা নাই সংস্কাৰ

ফুটুকাৰ ফেন সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা… এ পি এছ চিত হোৱা নাই সংস্কাৰ

by News Desk
56 views
A+A-
Reset

গুৱাহাটীঃ অসম লোকসেৱা আয়োগত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছিল। আয়োগৰ অধ্যক্ষৰপৰা আৰম্ভ কৰি একাংশ দুৰ্নীতিগ্রস্ত বিষয়া জালত পৰিছিল। কিন্তু ইয়াৰ পাছতো আজি পৰ্যন্ত সংস্কাৰ হোৱা নাই অসম লোকসেৱা আয়োগ ভিতৰচ’ৰা। দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ ৰাকেশ পালে চলাই যোৱা নিয়ম অনুসৰিয়ে আজিও চলি আছে আয়োগ। এই মন্ত্যৱ আৰ টি আই কর্মী অক্রাম প্ৰশান্ত সিঙৰ।

গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে আৰ টি আই কর্মীগৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে কয় দুৰ্নীতি দিশত চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। যদি সেয়াই হয় তেন্তে কিয় আজিলৈকে ২০১৭ চনৰ অসম লোকসেৱা আয়োগৰ বিধি কাৰ্যকৰী কৰিব পৰা নাই? 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0