Home ৰাজ্যবনমন্ত্ৰীৰ নাম লৈ বনাঞ্চল দখলৰ চেষ্টা সহস্ৰাধিকৰ

বনমন্ত্ৰীৰ নাম লৈ বনাঞ্চল দখলৰ চেষ্টা সহস্ৰাধিকৰ

by News Desk
75 views
A+A-
Reset

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ খাটাংপানী ৰেঞ্জৰ অধীনস্থ তৰাণি সংৰক্ষিত বনাঞ্চলত বুধবাৰৰ পুৱতি নিশাৰে পৰা প্ৰায় ডেৰ সহস্ৰাধিক লোকে হাতত দা, কুঠাৰ লৈ থিতাপি ল’বলৈ যো-জা চলোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত অৱস্থিত লাইকা-দধিয়া নামৰ গাওঁদুখনৰ প্ৰায় ১২০০টা পৰিয়ালৰ  বৃহৎসংখ্যক লোকে পুৱতি নিশাতে ১২খন বাছেৰে আহি তৰাণি বনাঞ্চলৰ ভিতৰৰ প্ৰায় ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা দখল কৰি থিতাপি ল’বলৈ যো-জা চলাইছিল ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0