59
ডিজিটেল ডেস্কঃ তেহেলকাৰ প্ৰতিষ্ঠাপক সম্পাদক তৰুণ তেজপালৰ আবেদন খাৰিজ কৰিলে আদালতে৷ ধর্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা তৰুণ তেজপালৰ আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে আদালতে৷
তৰুণ তেজপালৰ বিৰুদ্ধে উত্থাপন কৰা ধৰ্ষণৰ অভিযোগ খাৰিজ কৰাৰ বাবে আবেদন জনাইছিল গয়াৰ মাপুসা আদালতত৷ নিম্ন আদালতে গোচৰত দোষী সাব্যস্ত কৰি ইতিমধ্যে ৰায় প্ৰদান কৰাত উচ্চ ন্যায়লয়ত আবেদন কৰিছিল তেজপালে৷