Home ৰাজ্যবিজেপিলৈ আহি ব্যৰ্থ হৈছে হিমন্ত, ক’লে গগৈয়ে

বিজেপিলৈ আহি ব্যৰ্থ হৈছে হিমন্ত, ক’লে গগৈয়ে

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে তৰুণ গগৈ৷ ১৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলৰ আয়োজন কৰি সৰ্বা চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ গগৈয়ে আজিৰ সংবাদমেলত পূৰ্বৰ বিশ্বাসী সতীৰ্থ তথা বৰ্তমান শত্ৰু ৰূপে পৰিগণিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷

সংবাদমেলত তেওঁ বৰ্তমানৰ চৰকাৰখনক বিজ্ঞাপন আৰু ফেচবুক-টুইটাৰৰ চৰকাৰ আখ্যা দিয়ে৷ ‘এইখন চৰকাৰ আচলতে বিজ্ঞাপনৰ চৰকাৰ৷ এইখন চৰকাৰে জাতি-মাটি-ভেটিৰ কথা কৈ এতিয়া ফেচবুক-টুইটাৰতে ব্যস্ত থাকে৷’-এইদৰে বিজেপি চৰকাৰখনক কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0