Home ৰাজ্যড্ৰাগছ ব্যৱসায়ত জড়িত থকা অভিনেতাক গ্ৰেপ্তাৰ

ড্ৰাগছ ব্যৱসায়ত জড়িত থকা অভিনেতাক গ্ৰেপ্তাৰ

by News Desk
A+A-
Reset
drug

গুৱাহাটীঃ ড্ৰাগছ ব্যৱসায় কৰি এইবাৰ লতাশিল আৰক্ষীৰ জালত অসমীয়া চলচ্চিত্ৰৰ এজন অভিনেতা। উজান বজাৰ চাৰিআলিৰ সিদ্ধাৰ্থ এপাৰ্টমেণ্টৰপৰা গ্ৰেপ্তাৰ কৰা অসমীয়া চলচ্চিত্ৰ অভিনেতাজন হৈছে নিৰেণ শৰ্মা। 

দেওবাৰে লতাশিল আৰক্ষীয়ে অভিনেতাজনৰ সংগী হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী (মৰিগাঁও), মহেন্দ্ৰ নাথ, ইব্ৰাহিম আলি (উজনবজাৰ)ক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। উল্লেখ যে অভিনেতা নিৰেন শৰ্মাই ‘হিয়া-দিয়া-নিয়া’, ‘যৌৱনে আমনি কৰে’ আদি বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0