Home ৰাজ্যবিজেপিয়ে এতিয়া ধৰ্মৰ আফিং খোৱাইছে একাংশ অসমীয়াক

বিজেপিয়ে এতিয়া ধৰ্মৰ আফিং খোৱাইছে একাংশ অসমীয়াক

by News Desk
A+A-
Reset
ag

গুৱাহাটীঃ অসমীয়া জাতিৰ কণ-কঠিয়াক নিঃশেষ কৰাৰ বাবে বিজেপিয়ে এতিয়া ধৰ্মৰ আফিং খোৱাইছে একাংশ অসমীয়াক। বিজেপিৰ ধৰ্ম আফিং খাই একাংশ অসমীয়া এতিয়া অন্ধ হৈ পৰিছে। ফলত অন্ধ হৈ পৰা একাংশ অসমীয়াই মাতৃভূমিক বিশ্বাসঘাটকতা কৰি এতিয়া বিজেপিক ভোট দিবলৈ আগবাঢ়ি গৈছে।

এই মন্তব্য যুব নেতা অখিল গগৈৰ। অসমবাসীৰ তীব্ৰ আন্দোলনৰ পাছতো অমিত শ্বাহ, নৰেন্দ্ৰ মোডীৰ পাছত এইবাৰ ৰঙালী বিহুৰ দ্বিতীয় দিনা অৰ্থাৎ ১৬ এপ্ৰিলৰ দিনা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে শিলচৰৰ এক নিৰ্বাচনীৰ জনসভাত অংশগ্ৰহণ কৰি পুনৰবাৰ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৩১ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰাৰ প্ৰকাশ পোৱাৰ পাছতে গৃহীত কৰিব বুলি কৰা মন্তব্য সম্পৰ্কত বুধবাৰে গগৈয়ে এক সংবাদ মেল সম্বোধন কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0